57
কোকৰাঝাৰঃ সমাজ ব্যৱস্থা কিমান স্খলিত হ’লে এগৰাকী পিতৃয়ে নিজ কন্যাক ধৰ্ষণ কৰিব পাৰে? স্খলিত সমাজ ব্যৱস্থাত পিতৃৰ এই নাৰকীয় কাণ্ডই কোকৰাঝাৰত জোকাৰণিৰ সৃষ্টি কৰিছে।
কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ভূমকীৰ প্ৰথম খণ্ডৰ বাসিন্দা আমজাদ আলী (৩৫)য়ে বিগত কেবাদিনো ধৰি নাৱালিকা কন্যাক ধৰ্ষণ কৰি আহিছিল। যোৱা দহদিনত পিতৃ আমজাদ আলীয়ে ১১বছৰীয়া নিজ কন্যাক কেবাবাৰো ধৰ্ষণ কৰিছিল যদিও মুখলজ্জাৰ ভয়ত ঘটনাটো ফাদিল হ’বলৈ দিয়া নাছিল পৰিয়ালৰ আন সদস্যসকলে।