Home ৰাজ্যৰহমৰীয়াৰ গৰাখহনীয়া, Advantage Assamৰ গুৰুত্ব কত? বিধায়ক ঋতুপৰ্ণৰ সমষ্টিৰ যুৱকৰ প্ৰশ্ন

ৰহমৰীয়াৰ গৰাখহনীয়া, Advantage Assamৰ গুৰুত্ব কত? বিধায়ক ঋতুপৰ্ণৰ সমষ্টিৰ যুৱকৰ প্ৰশ্ন

by News Desk
59 views
A+A-
Reset

চাবুৱাঃ অগপ, বিপিএফ আৰু বিজেপি দলে চৰকাৰ গঠন কৰাৰ প্ৰায় ২৩টা মাহ পাৰ হ’ল যদিও অসমৰ থলুৱা-জনগোষ্ঠীয় লোকসকলে চৰকাৰ খনৰ পৰা আশা কৰা ধৰণে সহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ ৰাজ্য খনৰ পাহাৰ ভৈয়াম, নৈৰ দাতিৰ গাঁও সমূহত বসবাস কৰা ৰাজ্য খনৰ একাংশ থলুৱা-জনগোষ্ঠীয় লোকে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷

গৰাখহনীয়াই সকলো উটুৱাই নিয়া ৰাজ্য খনৰ শ-শ পৰিয়ালে মাটি-ভেটি হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে৷ নৈৰ দাতিৰ বহু গাঁও ব্ৰহ্মপুত্ৰ আৰু আৰু ইয়াৰ উপ নৈ সমূহৰ কোবাল সোঁতে খহনীয়াৰ সৃষ্টি কৰি সা-সম্পত্তি, ঘৰ-দুৱাৰ সকলো হেৰুৱাব লগা হৈছে৷ বিশেষকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত থলুৱা লোকে হাহাকাৰ কৰিব লগা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0