58
জাজৰিঃ ১৯৪৪ চনত স্থাপিত নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ চন্দ্ৰ ডেকাক শনিবাৰে বিদায় সম্বৰ্ধনা যাচে বিদ্যালয় কৰ্তৃপক্ষই৷
বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এখন সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত শৰ্মাই। বিদায়ী অধ্যক্ষ হিতেশ চন্দ্ৰ ডেকাক কৰ্মাৰাজী জীৱন সন্দৰ্ভত বক্তব্য আগবঢ়ায় বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি ৰাহুল দেৱ বৰদলৈয়ে৷