58
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই আজি চকলাঘাটৰ ব্ৰাহ্মনগাঁওস্থিত হাতীচোং শংকৰদেৱ বিদ্যা নিকেতনৰ সভাকক্ষত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি দেৱাশীষ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত উদ্বোধন কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাসে৷