65
newsnextone.com। খাৰুপেটীয়াঃ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ উদ্যোগত বুধবাৰে খাৰুপেটীয়া অঞ্চলৰ তিনিজনকৈ শিক্ষক আৰু এজন সাংবাদিকক বাসগৃহ আৰু বিদ্যালয়ত গৈ সম্বৰ্দ্ধনা জনোৱা হয়।
অঞ্চলটোৰ খাৰুপেটীয়া আৰ্দশ হিন্দী প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত প্ৰধান শিক্ষক তথা কৃতী শিক্ষক পৱন কুমাৰ ঝাক বিদ্যালয়লত শিক্ষক আৰু ছাত্র-ছাত্ৰীসকলৰ উপস্থিতিত সম্বৰ্দ্ধনা জ্ঞাপন কৰে খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ সাংবাদিকৰ দলে।