Home ৰাজ্যসন্মান গহপুৰ-২০১৭, ১৭গৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জনালে আছুৱে

সন্মান গহপুৰ-২০১৭, ১৭গৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জনালে আছুৱে

by News Desk
51 views
A+A-
Reset

গহপুৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিক সমিতিয়ে দেওবাৰে বছৰৰ শেষ দিনটোত সমাজৰ বিভিন্ন দিশত অৰিহণা যোগায় অহা কেইবাগাৰকী বিশিষ্ট লোকক সম্বৰ্ধনা জনায়৷ সন্মান গহপুৰ-২০১৭ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰি লোকসকলক সম্বৰ্ধনা যাচে৷

সন্মান গহপুৰ-২০১৭ অনুষ্ঠানত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰা ড০ যুগল বৰা, ভাৰতীয় জাতীয় মহাসভাই প্ৰদান কৰা ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান বঁটা লাভ কৰা ড০ অজিত হাজৰিকা, বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা ড০ মনজিৎ দিহিঙীয়া, আম্বেদকাৰ বঁটা লাভ কৰা সিদ্ধেশ্বৰ হাজাৰিকা, নৰেন্দ্ৰ দেৱ শাস্ত্ৰী স্মাৰক বঁটা লাভ কৰা লোকেশ্বৰী সন্দিকৈ, কবি বঁটা লাভ কৰা নগেন কোঁৱৰ, শিশু বন্ধু উপাধি লাভ কৰা ৰত্নকান্ত বৰা, শ্ৰেষ্ঠ শিশু নাট্যকাৰ আৰু সাহিত্য বঁটা লাভ কৰা বসন্ত কৃষ্ণ বৰাক সম্বৰ্ধনা যাচে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0