Home ৰাজ্যচৰৰ শিক্ষক এম আব্দুল মজিদক সম্বৰ্ধনা জনালে বৰপেটা গ্ৰন্থমেলাই

চৰৰ শিক্ষক এম আব্দুল মজিদক সম্বৰ্ধনা জনালে বৰপেটা গ্ৰন্থমেলাই

by News Desk
55 views
A+A-
Reset

নগৰবেৰাঃ ওৰেটাে জীৱন বৰপেটাৰ চৰ অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাত ব্যস্ত হৈ থাকি অৱসৰ গ্ৰহণ কৰা এম আব্দুল মজিদ নামৰ শিক্ষগৰাকীক বৰপেটা গ্ৰন্থ উৎসৱে সম্বৰ্ধনা যাচে৷ মানৱ সম্পদ গঢ়াৰ খনিকৰ শিক্ষা দানৰ বাহিৰে আন কথা নভবা বৰপেটা আলোপতিচৰৰ কৃতী শিক্ষক এম আব্দুল মজিদক বৰপেটা গ্ৰন্থ উৎসৱে সম্বৰ্ধনা জ্ঞাপন কৰাত আলোপতি চৰৰ সচেতন লোকসকলে আনন্দিত হৈ পৰে৷

পিছপৰা, বঞ্চিত চৰৰ লোকসকলক বিভিন্ন পক্ষই অৱহেলা নানা বদনাম কৰাৰ সময়তে চৰৰ এগৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱাত বৰপেইটা ফেচবুক ফ’ৰাম’ৰ শলাগ লয় চৰৰ ৰাইজে৷ বৰপেটা বিদ্যাপীঠ খেল পথাৰ প্ৰাংগনত অনুষ্ঠিত দ্বিতীয় সংখ্যক বৰপেটা গ্ৰন্থ উৎসৱ উদযাপন সমিতিয়ে শিক্ষকগৰাকীৰ লগতে জিলা খনৰ বিভিন্ন প্ৰান্তৰ চাৰিগৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0