Home ৰাজ্যদেওধাই মজলীয়া বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রীলৈ কৃর্তী শিক্ষয়িত্রী বঁটা

দেওধাই মজলীয়া বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রীলৈ কৃর্তী শিক্ষয়িত্রী বঁটা

by News Desk
66 views
A+A-
Reset

নামতিঃ শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডৰ অন্তর্গত ম’ৰাবজাৰ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান দেওধাই মজলীয়া বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী মীৰা গগৈয়ে কৃৰ্তী শিক্ষয়িত্রী বঁটা লাভ কৰিছে। শিক্ষকতাৰ যোগেদি কর্ম, চিন্তা,পৰিশ্রমেৰে নতুন প্রজন্মক জ্ঞানৰ পোহৰ বিলাই শিক্ষাৰ ক্ষেত্রলৈ অনবদ্য বৰঙণি আগবঢ়োৱা মীৰা গগৈক এই বঁটা প্রদান কৰাত অঞ্চলটোত আনন্দৰ বন্যা বৈছে।

এগৰাকী সু-লেখিকা হিচাপে পৰিচিত মীৰা গগৈয়ে ম’ৰাবজাৰ লেখিকা সন্থাৰ উপ-সভানেত্রী, সদৌ অসম লেখিকা সন্থাৰ কার্যকৰী সদস্যা, ম’ৰাবজাৰ শাখা সাহিত্য সভাৰ উপ-সভানেত্রী, লালিম চাপৰি টাই আহোম মহিলা সন্থাৰ উপ-সভানেত্রী, ক্রান্তি উইমেলচ্ এছচিয়েচনৰ উপ-সভানেত্রী, কুঁহিপাত চৰাৰ উপদেষ্টা হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগত জড়িত থাকি সেৱা আগবঢ়াই আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0