নগাঁৱৰ ভোমোৰাগুৰিত সুৰাসক্ত যুৱকৰ মাৰপিট, আহত গৃহৰক্ষী বাহিনীৰ জোৱান

Home ৰাজ্যনগাঁৱৰ ভোমোৰাগুৰিত সুৰাসক্ত যুৱকৰ মাৰপিট, আহত গৃহৰক্ষী বাহিনীৰ জোৱান

নগাঁৱৰ ভোমোৰাগুৰিত সুৰাসক্ত যুৱকৰ মাৰপিট, আহত গৃহৰক্ষী বাহিনীৰ জোৱান

by News Desk
69 views
A+A-
Reset

ধিংঃ নগাঁও জিলাৰ ভোমোৰাগুৰিত যুৱকক মদৰ নিচাই পোৱালেগৈ আৰক্ষী থানা৷ শনিবাৰে সন্ধিয়া নগাঁৱৰ ভোমোৰাগুৰিত হিবজুৰ ৰহমান অাৰু অাব্দুল ৱাদুদ নামৰ গৃহৰক্ষী বাহিনীৰ জোৱান দুজনে বাইকেৰে নগাওঁ অভিমুখে গৈ থকা অৱস্থাত নুৰুল ইছলাম নামৰ এজন সুৰামত্ত যুৱকে বাইকখনৰ অাগত অগা ডেৱা কৰাত বাইকখন ৰখাই জোৱান দুজনে নুৰুল ইছলামৰ লগত তৰ্কা তৰ্কি লাগে।

সেইসময়তে নুৰুল ইছলামে সুৰামত্ত যুৱকজনে শিলগুটিৰে উপৰ্যুপৰি অাঘাত কৰাত আঘাতপ্ৰাপ্ত হয় অাব্দুল ৱাদুদ। স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ অাৰক্ষীক খৱৰ দিয়াত বটদ্ৰৱা অাৰক্ষীয়ে দুয়োকে থানাত লৈ অাহে। ইতিমধ্যে গুৰুতৰ ভাৱে অাঘাতপ্ৰাপ্ত অাব্দুল ৱাদুদক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0