112
ধিংঃ বিদ্যুতৰ সঘন লুকা-ভাকুত অতিষ্ঠ ৰাজ্যবাসীয়ে গৰমত থকিব নোৱাৰা হৈছে৷ মানুহে কেনেবাকৈ প্ৰয়োজনীয় কাপোৰখিনিহে পিন্ধি গৰমৰ পৰা ৰক্ষা পৰাৰ চেষ্টা চলাইছে৷ তাৰ মাজতে সংঘটিত হৈছে গেলা গৰমতো কম্বলৰ বাবে কাজিয়াত লিপ্ত হোৱাৰ দৰে আজৱ ঘটনা ৷
গেলা গৰমত কম্বল প্ৰয়োজন নাই যদিও প্ৰখৰ ৰ’দত নগাঁও জিলাৰ জাজৰিত কম্বলক লৈ টনা-অাজোৰা কৰা দৃশ্যই বহুতকে আমোদ দিয়ে৷