65
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ গাড়ীত শিল দলিওৱা প্ৰতিবাদকাৰীক প্ৰতিহত কৰাৰ বাবে প্ৰতিবাদকাৰীৰে এজনক সেনাৰ গাড়ীৰ বনেটত বন্ধাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এই কাৰ্যক অমানৱীয় আখ্যা দি দাখিল কৰা হৈছে এজাহাৰ।
দেওবাৰে বীৰবাহ আৰক্ষী চকীত আৰক্ষীয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই টুইটযোগে এই ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতেই দেশজুৰি সেনাৰ এই কাৰ্য নিন্দিত হৈছিল।