Home ৰাজ্যঅস্ত্ৰ পূজন, আৰএছএছৰ বিৰুদ্ধে কেএমএছএছৰ এজাহাৰ

অস্ত্ৰ পূজন, আৰএছএছৰ বিৰুদ্ধে কেএমএছএছৰ এজাহাৰ

by News Desk
64 views
A+A-
Reset

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আৰএছএছে অস্ত্ৰ পূজন কৰাই ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ বিজয়া দশমীৰ দিনটোত তথা আৰএছএছৰ প্ৰতিষ্ঠা দিৱসত কণ কণ কিশোৰৰ দ্বাৰা বন্দুক, তৰোৱাল, খুকুৰী, ৰাইফল আদি পূজন কৰাৰ দৃশ্য একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল৷

এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একাংশ লোকে বিজেপি দলক তথা ৰাজ্য চৰকাৰক উভতি ধৰি অখিল গগৈয়ে অস্ত্ৰ লোৱাৰ হুংকাৰ দিয়াৰ পিছতে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰদ্ৰোহ-ৰাষ্ট্ৰীয় নিৰপত্তা আইনৰ অধিনত গ্ৰেপ্তাৰ কৰিলে কিন্তু অস্ত্ৰ পূজা কৰা সকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লব বুলি প্ৰশ্ন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0