Home দেশঅত্যুক্তি! ৰূপা গাংগুলীৰ বিৰুদ্ধে এজাহাৰ

অত্যুক্তি! ৰূপা গাংগুলীৰ বিৰুদ্ধে এজাহাৰ

by News Desk
62 views
A+A-
Reset

ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জী চৰকাৰৰ বিফল প্ৰমাণিত কৰিবলৈ মুখত যি আহে কোৱাসকলক ৰঙাঘৰৰ ভাত খুৱাবলৈ প্ৰস্তুত পশ্চিমবংগ চৰকাৰ। ৰাজ্যসভাৰ সাংসদ ৰূপা গাংগুলীয়ে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত একপ্ৰকাৰ অত্যুক্তি কৰি ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগ তুলি এগৰাকী মহিলাই এই এজাহাৰ দাখিল কৰিছে। 

সাংসদ ৰূপাই চেনেল এটাৰ সাক্ষাৎকাৰত কৈছিল যে মমতা বেনাৰ্জীৰ আশীষধন্য নহ’লে ৰাজ্যখনত কোনো মহিলাই ১৫ দিনতকৈ বেছি সময় ধৰ্ষণৰ বলি নোহোৱাকৈ বাচি আহিব নোৱাৰে। নতুন দিল্লীত হোৱা সাক্ষাৎকাৰত এই কথা প্ৰমাণ চাবলৈ আনকি সকলো ৰাজনৈতিক দলকে প্ৰত্যাহ্বানো জনায় গাংগুলীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0