46
গোৱালপাৰাঃ আমচাং অভয়াৰণ্যৰ পৰা থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাৰ লগতে কুছুদিন পূৰ্বে মঙলদৈৰ ফুহুৰাতলিত প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷
তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এ আই ইউ ডি এফৰ এটা দলে ফুহুৰাতলিত উচ্ছেদিত লোকৰ খবৰ লবলৈ যোৱাৰ সময়তে শ্বেখ শ্বাহ আলম নামৰ এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে এখন ৰাজহুৱা সভাত সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায়৷ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যত৷