75
তেজপুৰঃ তেজপুৰত পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড । তেজপুৰৰ চ’ক বজাৰৰ নাথ ক্লথ স্টোৰত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
এই জুইত ভস্মীভূত হয় প্ৰায় ২৫ খনতকৈ অধিক দোকান। অগ্নিকাণ্ডত জাঁহ যোৱা অধিকাংশ দোকানেই আছিল কাপোৰৰ দোকান৷ চ’ক বজাৰৰ ওপৰ মহলাত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড৷