50
newsnextone.com | ডিজিটেল ডেস্কঃ মুষলধাৰে নামি অহা বৰ্ষাই মায়ানগৰী মুম্বাইত তাণ্ডৱ সৃষ্টি কৰাৰ সময়তে এইবাৰ জুইৰ লেলিহান শিখাই মায়ানগৰীখনত প্ৰাণ ল’লে অগ্নি নিৰ্বাপক বাহিনীৰ দুগৰাকী কৰ্মীৰ৷
শনিবাৰে পুৱা মুম্বাইৰ ফোৰ্ট অঞ্চলত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ এটা বাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ওচৰৰ এটা অট্টালিকাৰ আধা অংশ ভাঙি পৰে বুলি জানিব পৰা গৈছে৷ যাৰ ফলত জুই নুমুৱাবলৈ যোৱা অহ্নি নিৰ্বাপক বাহিনীৰ দুজন কৰ্মচাৰীৰ মৃত্যু ঘটে৷