64
নলবাৰীঃ নলবাৰীৰ দক্ষিণ প্ৰান্তৰ বগলচ ৰোড চকত বৃহস্পতিবাৰে নিশা বিজুলী পৰিবাহী তাঁৰত হঠাৎ বিজুটি ঘটি এক ভয়ংকৰ অগ্নি কাণ্ড সংঘটিতত হয়।
জানিব পৰা মতে, বগলচ ৰোড চকৰ জোন শৰ্মা মালিকাধীন তথা অৰুণোদয় কেন্দ্ৰ নামৰ কম্পিউটাৰ দোকান খনত এই অগ্নি কাণ্ড সংঘটিত হয়।