Home বিশ্বআমেৰিকাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ কেলিফৰ্ণিয়াৰ বনজুই! ধ্বংসস্তুপত পৰিণত লছ এঞ্জেলছ…

আমেৰিকাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ কেলিফৰ্ণিয়াৰ বনজুই! ধ্বংসস্তুপত পৰিণত লছ এঞ্জেলছ…

by News Desk
A+A-
Reset
Los Angels Fire

চৌদিশে কেৱল জুই আৰু জুই! জ্বলিছে গছ-গছনি, জ্বলিছে অৰণ্য, চকুৰ পচাৰতে জ্বলি ছাই হৈ পৰিছে সপোনৰ ঘৰবোৰ। মুঠতে সুন্দৰ পাহাৰ আৰু ঘন অৰণ্যৰ বাবে পৰিচিত লছ এঞ্জেলছ এতিয়া প্ৰকৃতিৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে।  ক’লা ধোঁৱা আৰু জুইৰ পোৰা পোৰা গোন্ধে ছানিছে আকাশ-বতাহ। কোনো কোনো ঠাইত ঘণ্টাত এশ কিলোমিটাৰ বেগেৰে বিয়পি পৰা জুইৰ লেলিহান শিখাই ছাই কৰি পেলাইছে ন ন অঞ্চল। আমেৰিকাৰ লছ এঞ্জেলছত এতিয়া জীৱন আৰু প্ৰকৃতিৰ সংকট!

বিগত কিছুদিনৰ পৰা বনজুইৰ কবলত পৰিছে লছ এঞ্জেলছ। পাহাৰৰ ঘন অৰণ্যৰ পৰা বিয়পি পৰা এই বনজুইয়ে আৱাসিক অঞ্চলত যেন বিভীষিকা নমাইছে। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি, এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত কমেও এঘাৰ জন লোকৰ মৃত্যু ঘটিছে। জ্বলি ছাই হৈ পৰিছে হাজাৰৰো অধিক বাসগৃহ।  কেইবাহাজৰ একৰ ভূমিত বিয়পি পৰা এই জুইৰ কবলৰ পৰা কেলিফৰ্ণিয়াত বাদ পৰি যোৱা নাই একো। লক্ষ লক্ষ মানুহে ঘৰ এৰি পলায়ন কৰিছে। ন ন অঞ্চললৈ বিয়পি পৰা জুইৰ বাবে আন প্ৰায় দুই লক্ষাধিক লোকক সুৰক্ষিত স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনোৱা হৈছে। লছ এঞ্জেলছৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে প্ৰশাসনে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0