Home ৰাজ্যখাৰুপেটীয়াত কৃষকৰ হাহাকাৰ

খাৰুপেটীয়াত কৃষকৰ হাহাকাৰ

by News Desk
67 views
A+A-
Reset

খাৰুপেটীয়াঃ বানৰ কবলত দৰং জিলাৰ খাৰুপেটীয়া অঞ্চল৷ কেইবা খনো গাঁও বানৰ কবলত পৰাত ৰাইজে হাহাকাৰ কৰিব লগা হৈছে৷ ৰাজ্যৰ ভিতৰতে অদ্বিতীয় পাচলি উৎপাদনৰ ঠাই খনৰ বহু কৃষকৰ ফচল পানীৰ তলত থকাত ককবকাব লগা হৈছে কৃষকে৷ বহু কৃষকৰ খেতি নষ্ট হৈ গৈছে৷

এতিয়া খেতিয়কৰ চকুত মাথো অমানিশাৰ এন্ধাৰ৷ ইয়াৰ পিছতো খবৰ লবলৈ আহৰি নাই চৰকাৰ আৰু জন প্ৰতিনিধিৰ৷ খাৰুপেটীয়াৰ নিকটৱৰ্তী ব্ৰক্ষ্মপুত্ৰ নৈৰ দক্ষিণ পাৰত অৱস্থিত খেৰণী চাপৰি, কলাই চৰ, ২নং মাগুৰমাৰী, মিৰকামাৰি, শনিৰচৰ, খৰিকাটা চৰ, কাঁচিচৰ, চিতলকাটি, গৰুমৰা আদি বিস্তৃত এলেকা ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0