Home ৰাজ্যধনশিৰিত বানৰ তাণ্ডৱ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল

ধনশিৰিত বানৰ তাণ্ডৱ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল

by News Desk
65 views
A+A-
Reset

ধনশিৰিঃ বানৰ কবলত পৰি আজিও ককবকাই আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক৷ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰ, নাওজান, চুঙাজান আদি এলেকাৰ বহু গাঁও বুৰাই পেলায়।

মহকুমাটোত ১৯৮৫-৯৮৬ চনৰ পিছত এইবেলি পুনৰ বানৰ কবলত পৰাত আশ্ৰয় শিবিৰত থাকিব লগা হৈছে৷ মহকুমাটোৰ ১নং চুঙাজান ব্লক, জ্যােতিবন, ২নং কৈৰিগাঁৱ, ১নং পাৰঘাট, ১ আৰু ২নং পদুমনি, শিঙিমাৰি, ধনশিৰি পাৰ, বিলপথাৰ, নগাজুৰি কাৰ্বি আংলংৰ হলৌখোৱা, পুৰণা বৰপথাৰ, নগাখুলি আদি অঞ্চলৰ প্ৰায় ৫০০টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0