Home ৰাজ্যতৃতীয়বাৰৰ বাবে বানৰ কবলত বালিপৰা

তৃতীয়বাৰৰ বাবে বানৰ কবলত বালিপৰা

by News Desk
50 views
A+A-
Reset

বালিপৰাঃ তৃতীয়বাৰৰ বাবে বানৰ কবলত পৰিছে বালিপৰা। আজি পুৱাৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল পুনৰ বানৰ কবলত পৰে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ কামেং আৰু অসমৰ জীয়াভৰলী নৈৰ উপনৈ জৰাশৰ নৈৰ বাঢ়নী পানী বিপদসীমাৰ ওপৰৰে বৈ থকাত বৃহত্তৰ অঞ্চলটোত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।

বালিপৰাৰ  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে পানী প্ৰায় ৩ ফুট ওপৰৰে বৈছে। ফলত ঘাইপথত যাতায়তত অসুবিধাৰ সৃষ্টি হৈছে। পানী্ৰ সোত অধিক হোৱাৰ ফলত বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলে বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে। ইয়াৰ ওপৰি বালিপৰা সমবায় সমিতি, কামাৰীগাওঁ নামঘৰ, প্ৰাথমিক বিদ্যালয়, পাকবিল দীঘলীগাওঁ, চাৰিদুৱাৰকে আদি কৰি প্ৰায় ১০ খনতকৈ অধিক গাঁও বৰ্তমান পানীৰ তলত আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0