Home ৰাজ্যনীপকোৱে কন্দুৱাইছে লখিমপুৰৰ ৫ লক্ষাধিক লোকক

নীপকোৱে কন্দুৱাইছে লখিমপুৰৰ ৫ লক্ষাধিক লোকক

by News Desk
62 views
A+A-
Reset

লালুকঃ ৫ লাখ লোকক কন্দুৱাইছে নীপকোৱে৷ কেৱল কন্দুৱাই ক্ষান্ত থকা নাই লৈছে এজন লোকৰ প্ৰাণ৷ লখিমপুৰ জিলাত ৯ জুলাইত নীপকোৱে অবিৰত ভাৱে ৫ খনকৈ ছুইচ গেটেৰে তীব্ৰ গতিত অতিৰিক্ত পানী এৰি দিয়াৰ ফলত বানৰ কবলত পৰি জিলাখনৰ প্ৰায় পাঁচ লাখ লোকে হাহাকাৰ কৰিব লগা হয়৷

চৰকাৰী পৰিসংখ্যা মতে বানত ৪ লাখ ১০ হাজাৰ লোকৰ ক্ষতি হৈছে বুলি প্ৰকাশ পোৱাৰ বিপৰীতে বেচৰকাৰী সুত্ৰই ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বুলি দাবি কৰিছে৷ মূলত সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলা নীপকোৱে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ অবিৰতভাৱে অতিৰিক্ত পানী মোকলাই দিয়াৰ ফলশ্ৰুতিত ৰাইজ পুনৰবাৰ ২০০৮ চনৰ সংহাৰী বানৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়াত পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0