55
ধনশিৰিঃ সদৌ অসম ছাত্ৰ সন্থাই আজি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত বান সাহায্য বিতৰণ কৰে৷ ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বহু গাঁও বুৰাই পেলোৱাত ৪০০০ হাজাৰকৈ অধিক লোকে একপ্ৰকাৰ হাহাকাৰ কৰিব লগা হৈছে।
হাজাৰ হাজাৰ লোক আশ্ৰয় শিৱিৰত থাকিবলৈ বাধ্য হৈছে। আশ্ৰয় শিৱিৰৰ লোকসকলক গোলাঘাট জিলাৰ বিভিন্ন দল-সংগঠনৰ লগতে বিভিন্ন সচেতন লোকে সহায় কৰি আহিছে ৰাইজ।