55
মোৰাঝাৰঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ যমুনা গ্ৰুপে বানপীড়িত লোকৰ মাজত সাহায্য বিতৰণ কৰে। মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ১২০টা পৰিয়ালৰ মাজত বিতৰণ কৰে ভিন্ন সামগ্ৰী৷
বান তথা খহনীয়াত ঘৰ-বাৰি উটুৱাই নিয়া লোকসকলক কাৰ্বি পাহাৰৰ সামাজিক অনুষ্ঠানটোৱে সহায় আগবঢ়ায়। বানাক্ৰান্ত সকলক চাউল, ডাইল, কাপোৰ, বিস্কুট আদি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে সামাজিক অনুষ্ঠানটোৱে।