51
ধেমাজিঃ ধেমাজিৰ বানপীড়িতৰ ওচৰত পুনৰ থিয় দিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠনটোৰ ধেমাজি জিলা সমিতিয়ে বানৰ কবলত পৰা ধেমাজি জিলাৰ লোকসকলক সহায়-সহোগ কৰি আহিছে৷
তাৰ মাজতে সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ কেইবাজনো সদস্যই আজি জিলাখনৰ কেইবাখনো গাঁৱত বান সাহায্য বিতৰন কৰে।