Home ৰাজ্যমৰিগাঁৱত বান সাহায্য বিতৰণ

মৰিগাঁৱত বান সাহায্য বিতৰণ

by News Desk
56 views
A+A-
Reset

ৰহাঃ ৰাজ্যৰ উজনি-নামনিত বানৰ সংহাৰী ৰূপৰ পাচত বান সাহাৰ্যৰ বাবে যোৱা প্ৰাক্তন আলফা সদস্যক নগাঁওত অনা অসমীয়া ব্যৱসায়ীয়ে প্ৰহাৰ কৰাক লৈ সমগ্ৰ ৰাজ্য উতপ্ত হৈ থকাৰ সময়তে সংহাৰী বানে বিধস্ত কৰা মৰিগাঁও জিলাৰ কোষতলীৰ প্ৰায় 100 টা পৰিয়ালক বান সাহাৰ্য প্ৰদান কৰিলে ৰহাৰ গছপৰা আঞ্চলিক যুৱ মঞ্চই।

মঞ্চৰ অন্যতম বিষয়ববিয়া পংকজ শৰ্মা, লতামনি শৰ্মা, জিৎ নাৰায়ণ কাকতি আৰু বিপুল মেধিৰ নেতৃত্বত যোৱা যুৱ মঞ্চৰ এদল যুৱক-যুৱতীয়ে বৃহস্পতিবাৰে বিয়লি পৰিয়ালকেইটাৰ মাজত চাউল, দাইল,আলু, পিয়াজকে ধৰি বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0