57
বালিপৰাঃ শোণিতপুৰ জিলাৰ বালিপৰাৰ অকাবস্তি মিৰি, অকাবস্তী বেংগলী, গুদামঘাট, গুদামঘাট মিৰিকে ধৰি কেইবাখনো গাঁও বানৰ কবলত পৰিছে৷ বিগত কেইবাদিন ধৰি জৰাসৰ আৰু মানশিৰি নৈৰ পানীয়ে বুৰাই পেলািছে উক্ত গাঁওসমূহ৷
যোৱা ১৮ দিন ধৰি জৰাসৰ অাৰু মানশিৰি নৈৰ বাঢনী পানীয়ে গাঁওসমূহ বুৰাই পেলোৱাৰ পাছতো কোনো এজন জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে।