Home ৰাজ্যবান, ১৯৮২ চনলৈ মনত পেলালে কাৰ্বি পাহাৰে

বান, ১৯৮২ চনলৈ মনত পেলালে কাৰ্বি পাহাৰে

by News Desk
63 views
A+A-
Reset

ডিফু/বোকাজানঃ ১৯৮২ চনলৈ পুনৰ মনত পৰিল কাৰ্বি ভূমিৰ বাসিন্দাৰ৷ ১৯৮২ চনত বানৰ কবলত পৰি বহু দিন ককবকাব লগীয়া হৈছিল পাহাৰীয়া জিলাখনৰ জনসাধাৰণে৷ নাগালেণ্ড আৰু অৰুণাচলৰ পাহাৰত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত সেই বৰ্ষত পাহাৰীয়া জিলাখন সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছিল।

পাহাৰীয়া লোকসকলৰ বানৰ সেই স্মৃতি পুনৰ সজীৱ হল যোৱা ৩০ ঘন্টাত৷ কাৰ্বি পাহাৰ বানৰ কবলত পৰিল বুলি কোৱা কথাষাৰ হজম কৰিব নোৱাৰি যদিও বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে কাৰ্বি ভূমিৰ বোকাজান-ডিফু আদি অঞ্চলৰ ৰাইজে৷ হাজাৰ হাজাৰ লোকৰ বাসগৃহ, স্কুল-কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, পথ আদি বুৰাই পেলোৱাৰ ফলত হাহাকাৰ কৰিব লগীয়া হৈছে পাহাৰীয়া জিলাখনৰ ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0