Home ৰাজ্যবুঢ়া লুইতৰ তাণ্ডৱঃ জাহ যাব গোৱালপাৰা চহৰ

বুঢ়া লুইতৰ তাণ্ডৱঃ জাহ যাব গোৱালপাৰা চহৰ

by News Desk
45 views
A+A-
Reset

গোৱালপাৰাঃ ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়া লুইত৷ কাৰোবাৰ বাবে বাৰিষাৰ বুঢ়া লুইত আশীৰ্বাদ আন কাৰোবাৰ বাবে অভিশাপ৷ কোনোৱে ব্ৰহ্মপুত্ৰৰ পানীৰে খেতি কৰি পৰিয়াল পোহপাল দিয়ে আন কোনোৱে ব্ৰহ্মপুত্ৰৰ বুকুত মাছ ধৰি পৰিয়াল পোহপাল দিয়ে৷

ব্ৰহ্মপুত্ৰ তথা বুঢ়া লুইত অসমীয়াৰ কৃষ্টি-সংকৃষ্টি, ঐতিহ্যৰ চিন স্বৰূপ৷ কিন্তু বৰঘৰৰ অৱহেলাৰ বাবে ব্ৰহ্মপুত্ৰ এতিয়া কাৰোবাৰ বাবে অভিশাপ হৈ পৰিছে৷ ব্ৰহ্মপুত্ৰৰ বুকু খনন নকৰাৰ ফলতে হয়তো প্ৰতিবছৰে আৰম্ভ হৈছে প্ৰৱল গৰাখহনীয়াৰ৷ আন আন প্ৰন্তৰ লগতে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰাত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0