59
newsnextone.com | ডিজিটেল ডেস্কঃ কলিকতাৰ মাজেৰহাট মেইন চিটি উৰণীয়া সেতুখন হঠাৎ ভাঙি পৰাত বহু লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে৷ জানিব পৰা মতে, আজি কিছু সময় পূৰ্বে ব্যস্ত অঞ্চলটোৰ ব্যস্ততাৰ মাজতে উৰণীয়া সেতুখন হুৰমুৰকৈ ভাঙি পৰে৷ ফলত সেতুখনৰ ওপৰত থকা অসংখ্য গাড়ী দলংখনৰ লগতে তললৈ সৰি পৰে৷
