47
newsnextone.com | তেজপুৰঃ শোনিতপুৰ জিলাৰ বালিপৰাত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অভিজাত বিদ্যালয় আসাম ভেলী স্কুলত সোমবাৰে IPSCৰ অন্তৰ্গত সৰ্বভাৰতীয় পৰ্য্যায়ৰ “নৃত্যপ্ৰভা” নামৰে এক লোকনৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
আসাম ভেলী স্কুলৰ দ্য’ উলিয়ামচন মেগৰ হলত অনুষ্ঠিত এই লোকনৃত্য প্ৰতিযোগিতাখনিত সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ ১৬ খন বিদ্যালয়ৰ পৰা অহা লোকনৃত্যৰ দলে অংশগ্ৰহণ কৰে।