Home ৰাজ্যধুবুৰীত লাঠিবাৰী খেলৰ আয়োজন

ধুবুৰীত লাঠিবাৰী খেলৰ আয়োজন

by News Desk
55 views
A+A-
Reset

ধুবুৰীঃ গৌৰীপুৰ থানাৰ অৰ্ন্তগত আলমগঞ্জ সপ্তমখণ্ডত আজি অঞ্চলটোৰ পৰম্পৰাগত বিশাল লাঠিবাৰী খেল অনুষ্ঠিত হৈ যায়৷ পুৱা দহ বজাৰ পৰা গধুলি চাৰিবজালৈ ৮ টা দলৰ মাজত খেল অনুষ্ঠিত হয়৷ অংশগ্ৰহণ কৰা প্ৰত্যেকটো দলৰ খেলুৱৈক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তা সমিতিয়ে৷

অৱশেষত ধুবুৰী জিলা আমছুৰ উপ সভাপতি দিলৱাৰ হুছাইনে উপস্থিত থাকি সকলো দলৰ দলপতিক  শিলকাপৰ উপহাৰ প্ৰদান কৰি সৰ্বধৰ্ম মিলাপ্ৰীতিৰ ভাষণেৰে অনুষ্ঠানৰ সামৰণি মাৰে৷ উক্ত খেল উপভোগ কৰাৰ বাবে বহুলোকৰ সমাগম ঘটা পৰিলক্ষিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0