51
বৰক্ষেত্ৰীঃ মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা মুকালমুৱাত চলি থকা চক্ৰধৰ ডেকা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত দুলিয়াজানৰ অইল ইণ্ডিয়া ফুটবল দলক ৩ গলত পৰাস্ত কৰি গুৱাহাটীৰ চানৰাইজ এথলেটিক ক্লাবে ফাইনেলত প্ৰৱেশ কৰে।
মুকালমুৱাৰ দেশভক্ত মৈদামত চলি থকা প্ৰতিযোগিতাখনৰ আজিৰ উত্তেজনাপূৰ্ণ দ্বিতীয়খন চেমি ফাইনেল খেল৷ গুৱাহাটীৰ চানৰাইজ এথলেটিক ক্লাবৰ ৰাকেশ দাসে খেলৰ ৪৬ মিনিট আৰু ৯০ মিনিটত গল দিয়ে আৰু ইমামূল হামাৰ ৭৬ মিনিটত গল কৰে।