67
জাগুনঃ জিলা খনৰ সেউজীয়া পাহাৰবোৰ ক্ৰমান্বয়ে ধ্বংস হ’ব ধৰিছে৷ কিছুবছৰ আগলৈকে মূল্যৱান গছেৰে ভৰি থকা পাহাৰ কেইখন যেন ক্ৰমান্বয়ে ধ্বংস হ’ব ধৰিছে৷ বিভিন্ন মূল্যবান গছেৰে ভৰি থকা পাহাৰৰ সৌন্দৰ্যই আকৰ্ষিত কৰিছিল মানুহক৷ প্ৰকৃতিক ভালপোৱা মানুহে পাহাৰক লৈ গৌৰৱ কৰিছিল৷
