67
কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ গৃহ সমষ্টিত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । বনমন্ত্ৰীৰ গৃহজিলা তথা নিজ সমষ্টিৰ পৰা কেবাটাও অবৈধ কাঠফলা মিল উৎখাত কৰাৰ পিছতো এতিয়াও চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা।
তাৰেই পৰিণতিত আজি পুৱতি নিশা ছালাকাটি আৰক্ষীয়ে ছালাকাটিৰ পূৱ ৰেলৱে গেটৰ নিকটত প্ৰায় ৪৩ চেপটি চোৰাং শাল কাঠৰ কুন্ডা জব্দ কৰিছে ৷ এক গোপন সুত্ৰৰ পমখেদি আৰক্ষীয়ে আজি পুৱতি নিশা ছালাকাটিৰ পূৱ ৰেলৱে গেটৰ নিকটত খাপ পিটি আছিল ৷