119
কামপুৰঃ জন্মভূমিৰ বাবে সকলোৱে ভাল কাম কৰিব বিচাৰে৷ সমাজৰ প্ৰতিগৰাকী লোকে পেছাগতভাৱে কোনো নহয় কোনো এটা কামত জড়িত হৈ আছে৷ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি আমি সকলোৱে আগুৱাই নিব বিচাৰোঁ জন্মভূমিক৷ বিশেষকৈ সমাজ খনক সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব বিচাৰে একাংশ লোকে৷
