Home ৰাজ্যনগাঁও কাণ্ডৰ উচিত তদন্তৰ দাবী প্ৰফুল্ল মহন্তৰ

নগাঁও কাণ্ডৰ উচিত তদন্তৰ দাবী প্ৰফুল্ল মহন্তৰ

by News Desk
62 views
A+A-
Reset

লংকাঃ নগাঁৱৰ প্ৰাক্তন আলফাক মাৰধৰ কৰা ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্তই৷ হোজাই জিলাৰ লংকাত আজি কথা প্ৰকাশ কৰিলে মহন্তই৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আজি পুৱা দহ বজাত লংকাৰ উদালীস্থিত এ এচ বি চি মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয় খনৰ খেল পথাৰ উন্নয়ণৰ আধাৰশিলা স্থাপন কৰে৷

১৫ লাখ ২০ হাজাৰ টকাৰে উন্নয়ণ কৰা হ’ব খেল পথাৰ খন৷ উদালী এ এচ বি চি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই গৈ নিজকে সমাজত প্ৰতিষ্ঠিত হবলৈ আহ্বান জনায়৷ নৱাগত আদৰণি সভাত অংশগ্ৰহণৰ পিছত সাংবাদিকৰে মুখামুখি হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিন পূৰ্বে নগাঁৱত সংঘটিত হোৱা ব্যৱসায়ী আৰু প্ৰাক্তন আলফাৰ মাজৰ সংঘৰ্ষৰ নিৰপেক্ষ তদন্তৰ দাবী কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0