Home ৰাজ্যবিজেপিৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ আক্ৰাছুৰ

বিজেপিৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ আক্ৰাছুৰ

by News Desk
68 views
A+A-
Reset

তেজপুৰঃ জনজাতিকৰণ আৰু সুকীয়া ৰাজ্যৰ দাবীত সংগ্ৰাম কৰি অহা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ২৭ বছৰীয়া হ’ল৷ আক্ৰাছুৰ ২৭ সংখ্যাক প্ৰতিষ্ঠা দিৱস আজি উষা নগৰী তেজপুৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হয়৷ দিনজোৰা কাৰ্য্যসূচীৰে তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰ সভা কক্ষত প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে সংগঠনটোৱে পালন কৰে।

পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে শুভৰাম্ভ কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ৷ দুপৰীয়া কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দেৱ কুমাৰ শইকীয়া, সংগঠনটোৰ নেতা কমল বৰ্মন, প্ৰদীপ নাগ, গৌৰাঙ্গ ৰায় আৰু খৰ্গেশ্বৰ কোচ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0