58
গোলকগঞ্জৰঃ ধুবুৰী জিলাৰ জিনকাটাৰ ন’ সত্ৰই ৫২ বঠৰত ভৰি দিলে৷ শুকুৰবাৰৰ পৰা ন’ সত্ৰৰ পৰিচালনা সমিতিয়ে ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস ব্যাপক উলাহ মালহেৰে পালন কৰে৷
খোল তাল নাগৰা নামেৰ মুখৰিত জিনকাটাৰ আকাশ বতাহ৷ যেন দ্বিতীয় বৈকুন্ঠ পুৰীহে৷ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি তিনিদিনে অনুষ্ঠিত হৈ আহিছে পালনাম৷ মহাপাল নাম যজ্ঞৰে তিনিদিনে বৈকুন্ঠ পুৰিত পৰিণত হৈছে৷