Home ৰাজ্যচৰাইদেউত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন হিমন্তৰ, খচৰাত নাম নথকা লোকক সহায় কৰিব চৰকাৰে

চৰাইদেউত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন হিমন্তৰ, খচৰাত নাম নথকা লোকক সহায় কৰিব চৰকাৰে

by News Desk
54 views
A+A-
Reset

newsnextone.com | চৰাইদেউঃ সোমবাৰে পুৱাই এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ লগে লগে ৰাজ্যৰ সৰ্বপ্ৰকাৰৰ লোক ব্যস্ত হৈ পৰিছিল এনআৰচিৰ খবৰক লৈ। ৰাজনেতাৰ পৰা শাসক-বিৰোধী সকলো ব্যস্ত হৈ পৰিছিল এনআৰচিৰ খচৰাক লৈ। কিন্তু অসম চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ব্যস্ত আছিল উজনিৰ অসমত আধাৰশিলা স্থাপনত।  

উজনিৰ চৰাইদেউ জিলাৰ ৰজাপুখুৰীস্থিত মহকুমা অসামৰিক চিকিৎসালয়ক জিলা চিকিৎসালয়লৈ উন্নীতকৰণৰ কামৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰি চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয় খনক জিলা চিকিৎসালয়লৈ উন্নীত কৰাই নহয় ২০০ খন বিছনাযুক্ত কৰাৰ ঘোষণা কৰে। ১৯.১৫ কোটি টকা চিকিৎসালয় খনৰ প্ৰকল্প ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0