গৃহ জিলাৰ সদৰত থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী...

Home ৰাজ্যগৃহ জিলাৰ সদৰত থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

গৃহ জিলাৰ সদৰত থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

by News Desk
58 views
A+A-
Reset

ডিব্রুগড়ঃ বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সোণোৱালে ডিব্ৰুগড় জিলাৰ সদৰ আৰক্ষী থানাৰ নতুন গৃহৰ আধাৰ শিলা স্থাপন কৰে৷ অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত অসম আৰক্ষীৰ গৃহ নিৰ্মাণ আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰিবলগীয়া ডিব্ৰুগড় সদৰ থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি স্মাৰ্ট পুলিছেহে জনসাধাৰণক নিৰাপত্তা দিব পাৰিব বুলি কয়। স্মাৰ্ট পুলিছেহে জনসাধাৰণৰ আস্থা, ভাৱনা শক্তি জগাই তুলিব পাৰিব বুলি কৈ মুখ্যমন্ত্ৰী সোণোৱালে অত্যধুনিক ধ্যান ধাৰণাৰে অসম আৰক্ষীক অধিক শক্তিশালী কৰি তুলিব লাগিব বুলি কয়৷

চৰকাৰে মৈত্ৰী আঁচনিৰ জৰিয়তে আৰক্ষীক শক্তিশালী ৰূপ দিয়াৰ নিমিত্তে বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ সহায় লব লাগিব। আৰক্ষী থানাসমূহৰ প্ৰতি জনসাধাৰণৰ সস্তীয়া ধাৰণা আঁতৰ কৰি তুলিবৰ কাৰণে আমি নতুন আঁচনিৰ দ্বাৰা শক্তিশালী পদক্ষেপ লব লাগিব। আমাৰ বিশ্বাস আৰক্ষী আৰু জনসাধাৰণৰ যৌথ প্ৰচেষ্টাৰে সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সক্ষম হ’ব। জনসাধাৰনে সম্পুৰ্ণ সহযোগিতা আগবঢ়াব লাগিব। কেৱল আৰক্ষীক শক্তিশালী কৰি তুলিলেই নহব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0