61
ডিজিটেল ডেস্কঃ ভাৰতত ১০ লাখ ৫২ হাজাৰ ভুৱা পানকাৰ্ড বিষয়টো উচ্চতম ন্যায়ালয়ে সহজভাৱে ল’বপৰা নাযাব বুলি উল্লেখ কৰিছে৷ এনে ভুৱা পান কাৰ্ডে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলোৱাটো ধূৰূপ৷ এই মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনৰ৷
