Home ৰাজ্যফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট, ধুঁৱলী-কুঁৱলী অসমৰ পৰিবেশ, আমগুৰিত ৰিপুণৰ সভা

ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট, ধুঁৱলী-কুঁৱলী অসমৰ পৰিবেশ, আমগুৰিত ৰিপুণৰ সভা

by News Desk
55 views
A+A-
Reset

আমগুৰিঃ সাত ভনী একেলগে আছিল৷ সাত ভনী মৰম চেনেহেৰে একেডাল এনাজৰীৰে বান্ধ খাই আছিল৷ হয়, উত্তৰ পুৰ্বাঞ্চলৰ তথাই কৈছো৷ তাহানি সমিলমিলেৰে একেলগে থকা উত্তৰ পূৰ্বাঞ্চল এদিন ৰাজনীতিৰ পাকচক্ৰত পৰি ভাগ ভাগ হ’ল৷ এদিন বৰ অসমৰ পৰা সকলোৱে আতৰি গ’ল৷ তাহানিৰ বৰ অসম ভাগ ভাগ হৈ সাত ভনী হ’ল৷ বৰ অসমৰ নগা ভাই সকল একালত আমাৰ পৰা পৰা আঁতৰি সুকীয়া ৰাজ্য গঠন কৰিলে৷ তাৰ পিছতো বৰ অসমৰ অংগ নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে৷

হাতত অস্ত্ৰ লৈ কৰি অহা সংগ্ৰামৰ জড়িয়তে নগা জাতিয়ে দাবী কৰি আহিছে এখন ৰাষ্ট্ৰ৷ সুকীয়া ৰাষ্ট্ৰৰ দাবীত ৰক্তাক্ত বিদ্ৰোহ কৰাৰ অন্তত অগ্নিগৰ্ভা হৈ পৰে নাগালেণ্ড৷ এই সংগ্ৰামক ভাৰত চৰকাৰে সন্মান জনাই ইতিমধ্যে আলোচনা কৰিছে৷ কিন্তু এই সংগ্ৰামে অৱশেষত ক্ষতি কৰিব পাৰে অসমক৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যৰ লোকৰ সৈতে আলোচনাত নবহি নিশাৰ ভিতৰতে স্বাক্ষৰ কৰিছিল এখন চুক্তিৰ৷ এই চুক্তিয়ে এতিয়া অসমৰ মানুহক শংকিত কৰি তুলিছে৷ আকৌ এবাৰ অসমীয়াক ৰাজ পথলৈ ওলাই আহিবলৈ বাধ্য কৰালে দিল্লীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0