59
গুৱাহাটীঃ এইবাৰ ভুৱা ক’ল চেণ্টাৰৰ বিৰুদ্ধে মহানগৰীত চলিছে চিআইডিৰ অভিযান৷ আপুনি কেতিয়াবা এই সমস্যাত পৰিছে নেকি? যদি পৰিছে তেন্তে এতিয়াৰপৰা সাৱধান হওঁক৷ সাধাৰণ ৰাইজক আমনি কৰি ভুৱা ক’লচেন্টাৰৰপৰা চিআইডিয়ে অভিযানত সোধ-পোছৰ বাবে প্ৰায় ২৫ গৰাকীৰ যুৱক-যুৱতীক আটক কৰিছে৷
সোমবাৰে নিশা মহানগৰীৰ কেইবাঠাইতো চিআইডিয়ে চলাইছিল এই অভিযান৷ এই অভিযান চলোৱা কল চেণ্টাৰ সমূহে বিভিন্ন সময়ত গ্ৰাহকক বেংকৰ একাউন্ট নম্বৰ, এটিএম নম্বৰ বিচৰাৰ অভিযোগ আছিল।