Home ৰাজ্যঅনলাইন ব্যৱসায়ৰ নামত লুটি নিলে হাজাৰ হাজাৰ টকা

অনলাইন ব্যৱসায়ৰ নামত লুটি নিলে হাজাৰ হাজাৰ টকা

by News Desk
A+A-
Reset
images

গুৱাহাটীঃ আপুনি অনলাইনৰ যোগেদি ব্যৱসায় কৰি অধিক ধন উপাৰ্জন কৰাৰ কোনো অচিনা ব্যক্তিয়ে টুপ দিয়াৰ নামত কেতিয়াবা ঠগ খাইছেনে? যদি কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখীন হয়ছে তেন্তে এতিয়াৰপৰা সাৱধান হওঁক৷ এনে এক ঘটনাৰ লগত জড়িত ঠগ-প্ৰৱঞ্চকৰ জালত পৰা অভিযোগ উঠিছে কটনৰ দুই ছাত্ৰীৰ৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত অৰূপ চৌধুৰী নামৰ এজন ব্যৱসায়ীয়ে হাজাৰ হাজাৰ টকা লুটি নিয়া বুলি দাবী জনায়৷

কটনৰ দুই ছাত্ৰীক অনলাইন ব্যৱসায়ৰ বাবে কাম দিয়াৰ বিনিময়ত ১২,৩৯০ টকা লুটি নিয়ে প্ৰৱঞ্চক অৰূপ চৌধুৰীয়ে৷ ছাত্ৰী কেইগৰাকীয়ে কোৱাৰ মতে হষ্টেলত বহি সহজতে ধন ঘটিবলৈ ইনভাছ ভিভা হেলথ চাৰ্ভিছেজ নামৰ অনলাইন কোম্পানীত কাম কৰিবলৈ দিছিল ব্যক্তিজনে৷ লগতে মাহে মাহে কমিচন তথা এবছৰত ১২ লাখ টকা উপাৰ্জন কৰিব পাৰিব বুলি আশ্বাস দি ছাত্ৰী দুইজনীৰপৰা হাজাৰ টকা নিছিল ধুৰন্ধৰ অৰূপ চৌধুৰীয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0