Home ৰাজ্যইণ্ডিয়ান ৰেড ক্ৰছ চ’ছাইটিৰ উদ্যোগত কাৰ্বি ভূমিৰ দুৰ্গম আৰচঙত চিকিৎসা শিবিৰ

ইণ্ডিয়ান ৰেড ক্ৰছ চ’ছাইটিৰ উদ্যোগত কাৰ্বি ভূমিৰ দুৰ্গম আৰচঙত চিকিৎসা শিবিৰ

by News Desk
68 views
A+A-
Reset

খেৰণিঃ ইণ্ডিয়ান ৰেড ক্ৰছ চ’ছাইটিৰ কাৰ্বি আংলং শাখাই বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ দুৰ্গম আৰচঙত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। আৰচঙত চিকিৎসকৰ দলে বিভিন্ন ৰোগৰ চিকিৎসা কৰি বিভিন্ন প্ৰকাৰৰ ঔষধ প্ৰদান কৰে৷ বৃহত্তৰ অঞ্চলটোৰ বহু ৰোগীক পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰা দেখা যায় চিকিৎসকসকলে৷

মেলেৰিয়া, ডাইৰিয়া, পানীলগা, চৰ্মৰোগ আদিৰ ঔষধ প্ৰদান কৰাৰ লগতে ঔষধযুক্ত আঁঠুৱা, প্লাষ্টিক পাটী, কাঁহী-বাতি, গ্লাছ-চামুচ আদিও প্ৰদান কৰা পৰিলক্ষিত হয়। বিনামূলীয়া চিকিৎসা শিবিৰৰ সৈতে সংগতি ৰাখি আৰচং খেলপথাৰত অনুষ্ঠিত শিবিৰত চিকিৎসা বিষয়ক এখন মুকলি সভাও অনুষ্ঠিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0