Home ৰাজ্যনাজিৰাত আমছুৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

নাজিৰাত আমছুৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

by News Desk
63 views
A+A-
Reset

শিমলুগুৰিঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ ডিব্ৰুগড়ৰ কে-কে চহৰীয়াৰ সহযোগত নাজিৰা নাজিৰা এম চি ক্লাৱত অনুষ্ঠিত শিবিৰত মহকুমাটোৰ প্ৰায় ৩১৫গৰাকী লোকে চকু পৰীক্ষা কৰে।

চিকিৎসা শিবিৰত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, নাজিৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ছৈয়দ মুবিদুল ইছলাম, নাজিৰাৰ বিজেপি নেতা প্ৰহ্লাদ গোৱালা, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম, শিৱসাগৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদক বাবলু বণ্ট উপস্থিত থাকে। চকু চিকিৎসা শিবিৰত চকু চিকিৎসকে ৰোগীৰ চকু পৰীক্ষাৰ অন্তত ওঠৰ জন চকুৰ ৰোগীক চিকিৎসকৰ পৰামৰ্শ মতে অস্ত্ৰোপচাৰ কৰিব সংগঠনটোৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0