মহিলা ওলাই আহিল শ্ৰমদান কৰিবলৈ, মেৰামতি কৰিলে পথ

Home ৰাজ্যমহিলা ওলাই আহিল শ্ৰমদান কৰিবলৈ, মেৰামতি কৰিলে পথ

মহিলা ওলাই আহিল শ্ৰমদান কৰিবলৈ, মেৰামতি কৰিলে পথ

by News Desk
60 views
A+A-
Reset

নাহৰকটীয়াঃ দহো বন কাটি কৰি ঘৰৰ পৰা ওলাই আহিল মহিলা৷ অতিষ্ঠ মহিলাই শ্ৰমদানেৰে কৰিলে পথৰ মেৰামতি৷ চৰাকৰক ফেইল আখ্যা দি গাঠিৰ ধন ভাঙি শ্ৰমদানেৰে মেৰামতি কৰিলে পথ৷ নাহৰকটীয়া সমষ্টিৰ মেৰবিল গাঁও পঞ্চায়তৰ অৰ্ন্তগত শলগুৰি অালিৰ পৰা দিহিং নদীৰ সমীপৰ্বত্তী গাঁও সমূহলৈ আহ-যাহ কৰা একমাত্ৰ পথটো মেৰামতিৰ অবাৱত কদৰ্যময় হৈ পৰে৷

আহ-যাহৰ বাবে উপযুক্ত হৈ নথকাত ৰাইজে আজি নিজেই হাতে কামে লাগি পথটো মেৰামতি কৰে৷ বহু বছৰ ধৰি পথটো মেৰমতিৰ নকাৰত যাতায়াতাৰ বাবে অনুপযুক্ত হৈ পৰে। গাড়ী-মটৰটো দুৰৰ কথা খোজকাঢ়ি যাব নোৱাৰা হৈছে পথটোত৷ পুখুৰী সদৃশ গাতৰ বাবে সৰু গাড়ী চলাবই নোৱাৰে। ৰাইজে পথটো মেৰামতি কৰাৰ বাবে চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰে যদিও প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰ্নিমাণ কৰা অাশ্বাস দিয়াৰ পাছতো নিৰ্মাণ নহ’ল পথটো। সকলো অাশা বাদ দি স্থানীয় ৰাইজ একত্ৰিত হৈ ঘৰে ঘৰে টকা তুলি গাতত ইটা পাৰি আহ-যাহৰ বাবে সুবিধা কৰি লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0