58
মোৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চকে-ঘাটে, বজাৰে-পোহাৰে অবাধ গতিত চলিছে জুৱা আৰু মদ-ভাঙৰ আড্ডা। এনেধৰণৰ পৰিৱেশে ৰাজ্যখনত অসামাজিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ পুৰামাত্ৰাই সম্ভাৱনা আছে।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা এনে খবৰ নিতৌ আহি আছে যদিও কাৰ্যতঃ আৰক্ষী-প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।