Home ৰাজ্যমাজুলীত মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদযাপন

মাজুলীত মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদযাপন

by News Desk
A+A-
Reset
cee8bead-1410-4705-b687-5243f7c74032

newsnextone.com। মাজুলীঃ সমগ্ৰ দেশৰ লগতে মাজুলীতো মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। ১৫০বছৰীয়া জন্ম জয়ন্তী পালন কৰে মধ্য মাজুলীৰ পাৰিজাত উচ্চতৰ মাধ‍্যামিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ‍্যালয়ৰ মাতৃ গোটে।

গান্ধীৰ জন্ম জয়ন্তী উপলক্ষ্যে বিদ্যালয়ত এখনি সভাৰ আয়োজন কৰা হয়। সভাত বিদ্যালয় সাধাৰণ সম্পাদক দেৱজিৎ হাজৰিকা সভাপতিত্ব কৰাৰ লগতে বিদ্যালয় অধক্ষ‍্য প্ৰভাত নাথ দেৱ উপস্তিত থাকে। সভাত ছাত্ৰ-ছাত্ৰী সকলে মহাত্মা গান্ধীৰ কৰ্মৰ জীৱন ওপৰত বক্তব্য দাঙি ধৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0